মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম বীজ নিগম লিমিটেড

লক্ষ্য আৰু অভিযান

লক্ষ্য

  • অসম ৰাজ্যত বীজৰ উত্পাদন, চলি থকা, শুকোৱা, বিতৰণ, পঠিয়াই দিয়া আদিবোৰ চলাই থকা।
  • সকলো ধৰণৰ বীজৰ ক্ৰয়, বিক্ৰী, উত্পাদন, বজাৰৰ বাবে প্ৰস্তুতি, আমদানি-ৰপ্তানি, বীজৰ বেপাৰী, বীজৰ চুক্তিৰ ব্যৱসায়টো চলাই নিয়া।

অভিযান

  • সাধাৰণতে বীজ কোম্পানীৰ বহুকেইটা শাখাৰ দ্বাৰা সকলো বা যিকোনো ব্যৱসায় চলাই নিয়া।
  • ক্ৰয় কৰিবলৈ, নিজা অধিগ্ৰহণ, মাটি লোৱা, লীজত লোৱা, যন্ত্ৰপাতিৰে বীজ পাম, বীজ সংৰক্ষণ আৰু পৰিস্কাৰ কৰা বীজ উত্পাদন আৰু প্ৰয়োজনীয় সা-সঁজুলি পঠিওৱা আদি যিবোৰ বীজ ব্যৱসায়ৰ বাবে আৱশ্যক সেইবোৰ কৰা হয়।
  • পামৰ সা-সঁজুলি সঞ্চালন, বীজ প্ৰক্ৰিয়া, গোটাই ৰখা আৰু পৰিবহন সুবিধা আৰু সা-সঁজুলিবোৰ ভাড়াত দিয়া আদি কৰা হয়।
  • ব্যক্তিগতভাৱে যোগাযোগ, সমাজত সহযোগ, কৃষিৰ বাবে বীজৰ ক্ষেত্ৰত বাঢ়ি অহা, শুকোৱা, গোটোৱা, বিতৰণ, পৰিবহন, ক্ৰয় কৰা, বিক্ৰী কৰা আদিৰ চৰকাৰী অধিকৰণক সহযোগ কৰা।
  • অসমত কৃষিৰ উন্নতিৰ বাবে যি বীজ বিচৰা হয় সেইবোৰ গোটাই ৰখা আৰু সঞ্চয় আৰু ভৰ্তি কৰি ৰখা হয়।
  • বীজ ব্যৱসায়ত বীজৰ গুণাগুণ সকলো প্ৰকাৰে পৰিমাণ কৰাটোত দায়িত্ব গ্ৰহম কৰা হয়- বিভিন্ন ধৰণৰ পৰীক্ষাৰ দ্বাৰা কোম্পানীৰ সহযোগত।
  • পৰীক্ষাগাৰত সঞ্চালন কৰা হয়।
  • উন্নতিৰ কাৰ্যক্ৰমণিকা আৰু বজাৰৰ তথ্য আদিত সংযোগ কৰা
  • উচ্চ মানবিশিষ্ট বীজৰ বাবে বজাৰ উন্নয়ন কৰিবলৈ বীজৰ বাবে বিত্তীয় অনুদান, শস্য চপোৱা পুলি বচোৱাৰ পৰিমাপ, সা-সঁজুলিৰ ৰং কৰা, পৰিবহন সুবিধা, কাৰিকৰী পৰামৰ্শ আৰু দিহা-পৰামৰ্শ সেৱা আদি ক্ৰিয়াশীল দায়িত্বশীলৰ বাবে সঁহাৰি আগবঢ়োৱা।
  • পুস্তিকা, সূচনা-পত্ৰ, ইস্তিহাৰ, প্ৰদৰ্শনী, অনাতাঁৰ, ছবি, বাতৰিকাকত, পত্ৰিকা, আলোচনী আৰু অন্যান্যৰ দ্বাৰা গুণগত বীজসমূহ প্ৰচাৰ কৰা।
  • ক্ৰয় কৰাৰ বাবে, উপাৰ্জন কৰাৰ বাবে ঔদ্যোগিক মোহৰ, চনদ, (কৃষি) শস্য চপোৱা, নিৰ্মাণ অনুমতিপত্ৰ, ৰেহাই আৰু ব্যৱহৃত অধিকাৰৰ সীমা বা একমাত্ৰ বা একমাত্ৰ নোহোৱাৰ যি ভাল প্ৰদত্ত, বা যিকোনো ক্ষেত্ৰ বা আন তথ্য যিটো যিকোনো আৱিস্কাৰ বা উদ্ধাৰ, যিটোৱে দেখুৱাবলৈ সক্ষম যে কোম্পানীৰ যিকোনো ব্যৱহৃত উদ্দেশ্য বা অধিগ্ৰহম যিটোৱে দেখুৱাব পাৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হিচাপ-নিকাচ, কোম্পানীৰ লাভালাভ উন্নতি কৰা, প্ৰয়োগ কৰা বা অনুমতিপত্ৰ প্ৰদান কৰা সন্মানাৰ্থে বা সম্পত্তিৰ অধিকাৰ বা তথ্য অধিগৃহীত কৰিবলৈ গণনাৰ বাবে সহায় বিচৰা।
  • কোম্পানীয়ে নিজৰ বিষয়বস্তু প্ৰকাশ, প্ৰচাৰ কৰাৰ ক্ষেত্ৰত পৰোক্ষ বা প্ৰত্যক্ষভাৱে যিকোনো দাম-দৰ বা কাৰ্যবিধি কৰিবলৈ আগ্ৰহী হব পাৰে, সেই কোম্পানীৰ বাবে ৰাষ্ট্ৰীয়, ৰাজ্যিক, স্থানীয় নগৰপালিকা বা অন্যান্য যিকোনো প্ৰাধিকাৰীয়ে প্ৰয়োজনীয় আৰু সঠিক পদক্ষেপ গ্ৰহণ কৰা।
  • উপাৰ্জন আৰু চুক্তি – তলৰ উল্লেখিতসমূহৰ-

(ক) কোম্পানীৰ উদ্দেশ্যৰ লগত সামঞ্জস্য ৰাখি যিকোনো কোম্পানীৰ ব্যৱসায় আৰু সম্পত্তি, সহায়ক সংস্থা, পাম বা ব্যক্তিবিশেষে যিকোনো ব্যৱসায় চলাই নিব পাৰে।

            (খ) স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত মাটি, ভৱন, ভোগধিকাৰ আৰু অন্যান্য মুনাফা।

            (গ) গছপুলি, যন্ত্ৰপাতি, ব্যক্তিগত সম্পত্তি আৰু প্ৰভাৱ।

            (ঘ) চনদ, অধিকাৰ পত্ৰ, আৱিস্কাৰ, অন্বেষণ বা সাজ-সজ্জা।

  • তলত দিয়া যিকোনো বা সকলো কাৰ্য্যবিধি, কাৰ্য্য, বস্তু আদি পালন কৰা-

(ক) কোম্পানীৰ সংস্থাপন আৰু বিজ্ঞাপনৰ সকলো খৰচ, দাম, মূল্য বহন কৰা।

(খ) বিক্ৰী কৰা কোম্পানীৰ কোনো বা সকলো সম্পত্তি নিষ্পত্তি কৰা।

(গ) কোম্পানীৰ যিকোনো বা সকলো সম্পত্তি আৰু ভৱন থলী স্থাপন কৰা।

(ঘ) কোম্পানীৰ দ্বাৰা উপাৰ্জিত বা যিকোনো পট্টা বা পট্টা দিয়াসকল যিবোৰ অনুমতিসাপেক্ষে বা নিযুক্ত, সেইবোৰ আৰক্ষিত বা সংৰক্ষিত, সকলো বিশ্বাসযোগ্য অৱস্থাৰ আৰু চুক্তি কৰা সেইবোৰ ভাড়ালৈ লোৱা, অনুসৰণ কৰা, কাৰ্য সম্পাদন আদিৰ ভোগতান অধীনত ৰখা।

(ঙ) প্ৰাপ্ত কৰিবলৈ, গ্ৰহণ কৰিবলৈ, দামদৰ কৰা বিলবোৰ সালসলনি কৰা, কথা দিয়াবোৰ আৰু অন্যান্য দামদৰ কৰা যন্ত্ৰপাতি।

(চ) টকা ধাৰ কৰা বা টকা জমা দিয়াৰ জৰিয়তে পোৱা, বা ঋণপত্ৰৰ দ্বাৰা সুৰক্ষা অবিহনে বা সুৰক্ষিত, জমা (অবিৰত বা সোনকাল) মৰ্টগেজ বা অন্যান্য সুৰক্ষা মূল্য কোম্পানীৰ দায়িত্বত থকা সকলো বা যিকোনো পুঁজি যিসমূহ হিচাপবিহীন মূলধন আৰু দিয়া ধন কমোৱা-বঢ়োৱা যিকোনো সুৰক্ষাৰ ক্ষেত্ৰত।

(ছ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৱেষণাৰ পৰীক্ষাৰ বাবে অসমৰ অন্যান্য উপভূমি, শিক্ষামূলক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, বৱেষণামূলক পৰীক্ষাগাৰ আৰু পৰীক্ষামূলক কৰ্মশালা আদি দিয়া, যোগাযোগ কৰা, চম্ভালি থকাবোৰ স্থাপিত কৰা।

(জ) এটা কোম্পানীৰ সুৰক্ষাৰ বাবে, আৰ্থিক সাহায্যৰ বাবে, যিকোনো ধৰণৰ বেলেগ কামৰ বাবে বিধান মণ্ডলৰ নিৰ্দেশ পাবলৈ, অনুমতি পাবলৈ, আবেদন পাবলৈ, যা-যোগাৰ কৰিবলৈ কোম্পানীৰ যিকোনো লক্ষ্য পালন কৰিবলৈ প্ৰয়োজনীয়তা।

(ঝ) কোম্পানীৰ দ্বাৰা প্ৰথমতে সংস্থাপিত বা সংস্থাপন কৰোৱা লোকৰ উন্নতি আৰু কল্যাণৰ বাবে প্ৰদান কৰা।

(ঞ) অসমত ওপৰৰ উল্লেখিত যিকোনো এটা বা সকলো লক্ষ্যৰ যোগ্যতাক উপকাৰী বা সহায়ক ভাৱনা বা ওপৰৰ যিকোনো এটা সজাবলৈ সকলো অন্যান্য ঘটনা বৃত্তান্তৰ দৰে কৰিবলৈ।