মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম বীজ নিগম লিমিটেড

বিত্তীয়

নিগমৰ বিত্তীয় ছবিখন পোহৰলৈ আহে নিগমৰ অৰ্থনীতি বিভাগৰ জৰিয়তে। অসম বীজ নিগম লিমিটেডে বছেৰেকীয়া আয়-ব্যয় আৰু বছেৰেকীয়া সন্তুলন পত্ৰ, লাভ-লোকচান, ব্যৱসায়ৰ লাভ-লোকচান আৰু উত্পাদন অৰ্থনীতি প্ৰস্তুত কৰে। অসম বীজ নিগম লিমিটেডে সকলো খৰচ বহন কৰে। যেনে- প্ৰশাসনীয় খৰচ, উত্পাদনৰ খৰচ, লাভ-লোকচানৰ খৰচ ইয়াৰ নিজৰ উত্সৰ পৰা সংগ্ৰহ কৰা অনুসৰি। ইয়াত নিগমৰ তিনি প্ৰকাৰৰ পৰীক্ষণ ব্যৱস্থা আছে, যেনে- অন্তৰ্ভাগৰ পৰীক্ষণ, সাংবিধানিক পৰীক্ষণ আৰু সাধাৰণ হিচাপ-নিকাচ পৰীক্ষণ