মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম বীজ নিগম লিমিটেড

অধিক্ৰয়

অধিক্ৰয় কৰা বিষয়টোৰ লগত বস্তু লোৱা, কৰ্মসেৱাত জড়িত বেপাৰীসকলক নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া, মূল্যপ্ৰদান কৰাৰ পদ্ধতিটো স্থায়ী কৰা, নিৰ্বাচন, দামদৰ কৰা(ঠিকাৰ ক্ষেত্ৰত) আৰু সঠিক ভাৱে বস্তু ক্ৰয় কৰা। বস্তু ক্ৰয় কৰা আৰু সেৱা গ্ৰহন কৰা পদ্ধতিটোক জনা যায়- মূল্য প্ৰদান কৰাৰ চক্ৰ। এই সমগ্ৰ চক্ৰটো আন কেইবাটাও পদ্ধতিৰ লগত সংলগ্ন হৈ থাকিব পাৰে-

(১) আৱশ্যকতাৰ চিনাক্তকৰণ

(২) বস্তু ক্ৰয় কৰাৰ অনুৰোধৰ স্বীকৃতি

(৩)ক্ৰয় কৰাৰ অনুৰোধৰ অনুমোদন

(৪) দাম-দৰ

(৫) বিক্ৰেতাৰ চিনাক্তকৰণ

(৬) কটেশ্ব্যনৰ অনুসন্ধান ৰচিদ

(৭) ক্ৰয়

(৮) বেপাৰি/ বিক্ৰেতা নিৰ্বাচন

(৯) ক্ৰয় নিৰ্দেশৰ স্বীকৃতিপত্ৰ

(১০) বস্তুৰ ৰচিদ

(১১) বিল, চালানৰ লিপিবদ্ধ ৰুপ

(১২) তিনি পথৰ যোৰা (সংযোগ)

(১৩) বিক্ৰেতাক মূল্য প্ৰদান

** ক্ৰমিক নং ৯- ১৩ লৈ অধিক্ৰয় প্ৰক্ৰিয়া

 

            অধিক্ৰয় প্ৰক্ৰিয়াই ক্ৰিয়াকলাপৰ উত্স, বস্তু আৰু সেৱাৰ দাম-দৰ আৰু কূটনীতিক নিৰ্বাচন আদিৰ লগত চুক্তি কৰে। ক্ৰয় এনে এটা প্ৰক্ৰিয়া যি কেনেকৈ বস্তু আৰু সেৱাসমূহ আদেশ কৰে আৰু ই বস্তু আৰু সেৱাসমূহৰ বাবে ক্ৰয়ৰ লেনদেনৰ পদ্ধতিবোৰ বৰ্ননা কৰিব পাৰে। এই ক্ৰয়ৰ প্ৰক্ৰিয়াটো ই টেণ্ডাৰিঙৰ(নিবিদাৰ) মাধ্যমেদি কাৰ্যকৰী হয়। নিবিদাৰ বাহিৰে, নিগমটোৱে প্ৰধানতঃ বীজ ক্ৰয় কৰে-

(১) অসম ৰাজ্যিক বীজ প্ৰমাণীকৰণ অধিকৰণৰ (সংস্থা) (অসম বীজ নিগম লিমিটেড উত্পাদিত বীজ ক্ৰয়) অন্তৰ্গত উত্পাদন পঞ্জীভুক্ত।

(২) ভাৰত চৰকাৰে বছৰি বিভিন্ন শস্যৰ বাবে অসম বীজ নিগম লিমিটেডলৈ বস্তুৰ আদেশ জাৰি কৰে (মাহজাতীয়, দাইল, তৈল বীজ, উচ্চ ওপজ ভিন্নধৰ্মী, আঁহজাতীয় শস্য ইত্যাদি)। এই বস্তু আদেশমৰ্মে ক্ৰয় কৰা হয় বিভিন্ন আৱণ্টিত চৰকাৰী কৃষি সংস্থাৰ পৰা যিবোৰ পিছলৈ পঞ্জীয়নভুক্ত উত্পাদনৰ মাজত বিতৰণ কৰা হয়।

Downloads
TitleSizeDetail
Comparative Statement of Rates for Certified Seeds under Group B3.49 MBswf-image
Comparative Statement of Rates for Certified Seeds under Group E2.09 MBswf-image
Comparative Statement of Rates for Certified Seeds under Group D2.62 MBswf-image