২০১৭-১৮ বৰ্ষৰ বাবে বাজেট প্ৰস্তাৱ
- ২০১৭-১৮ বৰ্ষৰ বাবে নিগমৰ বাৰ্ষিক বাজেটৰ প্ৰস্তাৱ বাৰ্ষিক প্ৰস্তুত কৰা হয় আৰু বোৰ্ডৰ সঞ্চালকসকলৰ সন্মুখত আলোচনা আৰু বিবেচনাৰ বাবে ৰখা হয়। মুঠ বাজেচৰ পৰিমাণ হল ১৮,৮১৬.৫৬ লাখ টকা। মুঠ অনুমানিক বাৰ্ষিক প্ৰাপ্তি ১৮,৮০১.১৬ লাখ টকা আৰু মুঠ অনুমানিক বাৰ্ষিক ব্যয় ১৮,৮১৬.৫৬ লাখ টকা। বাজেট প্ৰস্তাৱত সামগ্ৰিক ঘাটি ১৫.৪০ লাখ টকা।
- চলিত বৰ্ষত নিগমে আমাৰ বিভিন্ন বীজ পামৰ কাৰণে বিপুল উৎপাদন কাৰ্য্যসূচী লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আপোনালোকৰ পৰীক্ষা আৰু বিবেচনাৰ কাৰণে পামভিত্তিক উৎপাদন কাৰ্য্যসূচী বিস্তাৰিত বিৱৰণ তুলি ধৰা হল(ক্ৰমিক নং ১ ৰ পৰা ১৭ লৈ)। নিগমে পামৰ পৰা বীজ, উদ্ভিদ আৰু গ্ৰাফ্টসমূহৰ পৰা উৎপাদন ৪৯৯.১৬ লাখ টকা অৰ্জন কৰিব। দৰমহাসহ মুঠ ব্যয় হব ৪২১.১২ লাখ টকা আৰু এইদৰে ৭৮.০৪ লাখ টকা লাভ কৰে।
- বিভিন্ন ধৰণৰ বীজ ব্যৱসায়ৰ কাৰণে নিগমে এই বছৰ মটৰ, মচুৰ, শস্য, আলু, শাকৰ বীজ, সৰিয়হ, সাৰ আদিৰ ১৩,১৮৭.৫২ লাখ টকাৰে এক ডাঙৰ ব্যৱসায় কাৰ্য্যসূচীৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু মুঠ ৬১৭.৫৩ লাখ টকা লাভ কৰি ইয়াক বিক্ৰী কৰা হব ১৪,৩৭৪.৩৯ লাখ টকাত।
- অনুমানিক বাৰ্ষিক মুঠ লাভ ৬১৭.৫৩ লাখ টকা আৰু অনুমানিক বাৰ্ষিক সৰ্বমুঠ লাভ ১৬৭.৭২ লাখ টকা। দৰমহা সহ বাৰ্ষিক অনুমানিক প্ৰশাসনিক ব্যয় ৬৩১.৬০ লাখ টকা। আনুমানিক বাৰ্ষিক লেনদেনৰ খৰচ ১১৭৬.৩৬ লাখ টকা। বাৰ্ষিক অনুমানিক মূলধন ব্যয় ৮৮৭.৩৯ লাখ টকা।
- ইয়াত বাজেট ঘাটিৰ পৰিমাণ ১৫.৪০ লাখ টকা। ব্যৱসায়িক কাৰ্য্যক্ৰম বৃদ্ধিৰ জৰিয়তে বিভিন্ন কৃষি কাৰ্য্যসূচী গ্ৰহণ কৰি এই ঘাটি দূৰ কৰিব পৰা যাব।
২০১৬-১৭ বৰ্ষৰ বাবে বাজেট প্ৰস্তাৱ
- ২০১৬-১৭ বৰ্ষৰ বাবে নিগমৰ বাৰ্ষিক বাজেটৰ প্ৰস্তাৱ বাৰ্ষিক প্ৰস্তুত কৰা হয় আৰু বোৰ্ডৰ সঞ্চালকসকলৰ সন্মুখত আলোচনা আৰু বিবেচনাৰ বাবে ৰখা হয়। মুঠ বাজেচৰ পৰিমাণ হল ১৯২৬২.৯১ লাখ টকা। মুঠ অনুমানিক বাৰ্ষিক প্ৰাপ্তি ১৯২৪৫.২৫ লাখ টকা আৰু মুঠ অনুমানিক বাৰ্ষিক ব্যয় ১৯২৬২.৯১ লাখ টকা। বাজেট প্ৰস্তাৱত সামগ্ৰিক ঘাটি ১৭.৬৬ লাখ টকা।
- চলিত বৰ্ষত নিগমে আমাৰ বিভিন্ন বীজ পামৰ কাৰণে বিপুল উৎপাদন কাৰ্য্যসূচী লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আপোনালোকৰ পৰীক্ষা আৰু বিবেচনাৰ কাৰণে পামভিত্তিক উৎপাদন কাৰ্য্যসূচী বিস্তাৰিত বিৱৰণ তুলি ধৰা হল(ক্ৰমিক নং ১ ৰ পৰা ১৭ লৈ)। নিগমে পামৰ পৰা বীজ, উদ্ভিদ আৰু গ্ৰাফ্টসমূহৰ পৰা উৎপাদন৫২৯.৯২ লাখ টকা অৰ্জন কৰিব। দৰমহাসহ মুঠ ব্যয় হব ৪৪৭.২৩ লাখ টকা আৰু এইদৰে ৭৩.৬৯ লাখ টকা লাভ কৰে।
- বিভিন্ন ধৰণৰ বীজ ব্যৱসায়ৰ কাৰণে নিগমে এই বছৰ মটৰ, মচুৰ, শস্য, আলু, শাকৰ বীজ, সৰিয়হ, সাৰ আদিৰ ১৩,৩৯৩.৭৪ লাখ টকাৰে এক ডাঙৰ ব্যৱসায় কাৰ্য্যসূচীৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু মুঠ ৪১১.৪০ লাখ টকা লাভ কৰি ইয়াক বিক্ৰী কৰা হব ১৪,৭১০.৩৬ লাখ টকাত।
- অনুমানিক বাৰ্ষিক মুঠ লাভ ৪১১.৪০ লাখ টকা আৰু অনুমানিক বাৰ্ষিক সৰ্বমুঠ লাভ ৯৪.৫০ লাখ টকা। দৰমহা সহ বাৰ্ষিক অনুমানিক প্ৰশাসনিক ব্যয় ৫৩৮.৪৫ লাখ টকা। আনুমানিক বাৰ্ষিক লেনদেনৰ খৰচ ১৫৩৮.৫০ লাখ টকা। বাৰ্ষিক অনুমানিক মূলধন ব্যয় ৫৪৮.৮৯ লাখ টকা।
ইয়াত বাজেট ঘাটিৰ পৰিমাণ ১৭.৬৬ লাখ টকা। ব্যৱসায়িক কাৰ্য্যক্ৰম বৃদ্ধিৰ জৰিয়তে বিভিন্ন কৃষি কাৰ্য্যসূচী গ্ৰহণ কৰি এই ঘাটি দূৰ কৰিব পৰা যাব।