অসমৰ প্ৰায় সকলো জিলাতে অসম বীজ নিগম লিমিটেডৰবীজ সংৰক্ষণ গুডাম আছে। গুদামৰ মূল উদ্দেশ্য হল ৰাজ্যৰ খেতিয়কসকলৰ মাজত বীজ বিতৰণৰ আগতে গুডামৰ সংৰক্ষণ কৰা। গুডামবোৰৰ বেছিভাগ ভাড়াত লোৱা হয়। ভাৰত চৰকাৰৰ অধীনৰ আঁচনি, যেনে- গাঁও বীজ আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ কেইখনমান জিলাত গুডাম সাজি উলিওৱা হৈছে।